কিমান চনৰ পৰা নক্সাল আন্দোলন আৰম্ভ হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৬৭ চনৰ পৰা।
কিমান চনত মোৰাৰজী দেশাই ভাৰতৰ প্ৰধানমন্ত্ৰী হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৭৭ চনত।
কিমান চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়? Posted on 19/06/202219/06/2022 by Puspa Kakati উত্তৰঃ ১৯৭৫ চনত।