Month: June 2022

Problem 5: Storing the digits of a number in an array

সমস্যা 5: এটা সংখ্যাৰ অংকবোৰ এটা এৰেত সংৰক্ষণ কৰা In the previous problem, we have extracted the digits of a number and displayed them. Now, we need to store them in an array. আগৰ সমস্যাটোত, আমি এটা সংখ্যাৰ অংকবোৰ উলিয়াইছো আৰু সেইবোৰ প্ৰদৰ্শন কৰিছো। এতিয়া, আমি সেইবোৰ এটা এৰেত সংৰক্ষণ কৰিব লাগিব। If we observe…

Read the full article