Month: June 2022

ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা | Lesson 3 | Class 3 Assamese Lesson 3 Question and Answer | Class III Assamese Lesson 3 Solution | Class 3 Assamese Lesson 3 Short Answer |

  ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা (ক) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান উত্তৰঃ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।  (খ) উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন উত্তৰঃ লণ্ডন (গ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষসকল ক’ৰ? উত্তৰঃ ৰাজস্থানৰ (ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন উত্তৰঃ জাৰ্ৰমানীৰ বাৰ্লিন। (ঙ) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰঃ জয়মতী (চ) তেখেতেৰ চৈধ্য় বছৰ বয়সতে…

Read the full article

অৰূপৰ আৱেদন | Class 5 Assamese Lesson 3 Question Answer | Class 5 Assamese Chapter 3|

প্ৰশ্নঃ অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল ? উওৰঃ অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল । খাই অহাৰ পৰাই অৰূপৰ পেট-চলা আৰম্ভ হৈছিল । সেইকাৰণে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল । (খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল ? উওৰঃ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট-চলা ৰোগ হৈছিল । (গ) অৰূপে দিয়া চিঠিখন…

Read the full article

একতাৰ বল | Lesson 2 | Class 3 Assamese Lesson 2 Question and Answer | Class III Assamese Chapter 2 Solution | SCERT Class 3 Assamese Lesson 2 Answer |

 একতাৰ বল (ক) গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰঃ গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল। (খ) সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰঃ সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। (গ) খেতিয়কজনৰ কেইজন পুতেক আছিল? উত্তৰঃ খেতিয়কজনৰ চাৰিজন পুতেক আছিল। (ঘ) পুতেককেইজনৰ মাজত মিল আছিলনে? উত্তৰঃ পুতেক কেইজনৰ মাজত মিল নাছিল। (ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ কি কৰিবলৈ দিলে?…

Read the full article

আমাৰ গাওঁ | Lesson 1 | Class 3 Assamese Lesson 1 Answer | Class 3 Assamese Chapter 1 Solution | Class 3 Assamese Chapter 1 Question and Answer |

অধ্য়ায়- ১  আমাৰ গাওঁ (ক) পদূলিমুখত কি ফুল ফুলে?  উত্তৰঃ গধূলিগোপাল। (খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰঃ ৰাজহাঁহ চৰে। (গ) পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া। (ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? উত্তৰঃ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে। (ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? উত্তৰঃ গাওঁখন ভৰি থকা শুৱনি বস্তুবোৰ হ’ল–ঘৰবাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা…

Read the full article