উত্তৰঃ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ’ল ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন ।
Question and Answer Solution
উত্তৰঃ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ’ল ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন ।
উত্তৰঃ গুৱাহাটী উচ্চ ন্য়ায়ালয়ত আই এম ডি টিৰ বৈধতা সম্পৰ্কে পাচু গোপাল বৰুৱা গোচৰ তৰিছিল ।
উত্তৰঃ অসম গণ পৰিষদৰ মঙলদৈত অধিবেশনত আই এম ডি টি আইন বাতিলৰ দাবী উত্থাপন হৈছিল ।
উত্তৰঃ আই এম ডি টি আইনৰ ৰায় দিয়া খণ্ড আদালতৰ মূখ্য় ন্য়ায়াধীশ এছ পি বালাসুব্ৰমনিয়ম আছিল ।