আই এম ডি টি আইনখন কেতিয়া সৰ্বপ্ৰথেম সংশোধন কৰা হৈছিল ? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ আই এম ডি টি আইনখন ১৯৮৮ চনত সৰ্বপ্ৰথেম সংশোধন কৰা হৈছিল ।
কিমান চনত টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে এভাৰেষ্ট জয় কৰে? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯৫৩ চনত।
কিমান চনত প্ৰথম সাধাৰণ নিৰ্বাচন সম্পন্ন হয়? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯৫২ চনত।
কিমান চনত প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯৫১ চনত।