অভয়াৰণ্য কাক বোলে ?

 অভয়াৰণ্য হল এক বৃহৎ বনাঞ্চল যত বন্য প্ৰাণী সমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয় । অভয়াৰণ্যতো প্ৰাণী বধ বা চিকাৰ কৰা নিষিদ্ধ ।