অসম আৰু বেংগলৰ মাজৰ ৰে’ল সেৱা কিমান চনৰ পৰা আৰম্ভ হয়?

উত্তৰঃ অসম আৰু বেংগলৰ মাজৰ ৰে’ল সেৱা ১৯২১ চনৰ পৰা আৰম্ভ হয়।