অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাট্য়খনৰ নাম কি ?

উত্তৰঃ অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাট্য়খনৰ নাম হ’ল চিহ্নযাত্ৰা ।