অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্য়ৱস্থাৰ তৰপবোৰ কি ?

উত্তৰঃঅসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্য়ৱস্থাৰ তৰপবোৰ হ’ল গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ ।