অসমৰ স্বাধীনতা যুঁজৰ প্ৰথম শ্বহীদ কোন?

উত্তৰঃ অসমৰ স্বাধীনতা যুঁজৰ প্ৰথম শ্বহীদ মণিৰাম দেৱান।