আই এম ডি টি আইনৰ বৈধতাৰ প্ৰশ্নত কোনে উচ্চতম ন্য়ায়ালয়ত গোচৰ তৰিছিল ?

উত্তৰঃ আই এম ডি টি আইনৰ বৈধতাৰ প্ৰশ্নত সৰ্বানন্দ সোণোৱাল উচ্চতম ন্য়ায়ালয়ত গোচৰ তৰিছিল।