এলজেইমাৰছ বা ডিমেনচিয়া বেমাৰ কোনে আৱিষ্কাৰ কৰে?

উত্তৰঃ ১৯০১ চনত জাৰ্মানীৰ মানোৰোগ বিশেষজ্ঞ এল’ইচ এলজেইমাৰে। এই বেমাৰৰ প্ৰধান লক্ষণ হ’ল অলপতে হৈ য়োৱা ঘটনাসমূহ পাহৰি যোৱা।