ও১৯৩৭ চনৰ নিৰ্বাচনৰ পাছত অসম চৰকাৰৰ প্ৰধানমন্ত্রী কোন হয়?

উত্তৰঃ ও১৯৩৭ চনৰ নিৰ্বাচনৰ পাছত অসম চৰকাৰৰ প্ৰধানমন্ত্রী মহম্মদ ছাদুল্লা (মুছলিম লীগ) হয়।