কিমান চনত জগন্নাথ বৰুৱাই যোৰহাটত সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰে?

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাই যোৰহাটত সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰে।