কোনখন যুদ্ধৰ পিছত উত্তৰ ভাৰতত মহম্মদ ঘোৰীয়ে মুছলমান শাসন আৰম্ভ কৰে?

উত্তৰঃ ১১৯২ চনৰ দ্বিতীয় তৰাইনৰ যুদ্ধৰ পিছত।