ছন্দ কাক বোলে ?

সাহিত্যত ছন্দৰ অৰ্থ হ’ল উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দনজাত সৌন্দর্য । অর্থাৎ উচ্চাৰিত ধ্বনি বিন্যাসত নিয়মিত অথচ সাময়িক বিৰতিয়ে স্পন্দনৰ সৃষ্টিৰ জৰিয়তে ধ্বনি প্রবাহক লয়যুক্ত কৰি তোলাকে ছন্দ বোলা হয় ।