পূৰ্ণবয়স্ক মানৱ দেহত তেজৰ পৰিমাণ কিমান?

উত্তৰঃ পূৰ্ণবয়স্ক মানৱ দেহত তেজৰ পৰিমাণ পাচ লিটাৰ।