পোষক কাক বোলে ? উদাহৰণ দিয়া।

 কিছুমান জীৱই নিজৰ খাদ্য নিজে প্রস্তুত কৰিব নোৱাৰে এইবোৰে আন জীৱ বা উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰি লয় এনেবোৰ জীৱক পোষক  বোলে।