প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰু আহোমৰ ৰাজধানী পতনৰ বৰ্ষটো কি?

উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰু আহোমৰ ৰাজধানী পতনৰ বৰ্ষটো হ’ল ১৭৬৯ চন।