মণিৰাম দেৱান আৰু পিয়লি ফুকনৰ ফাঁচী কিমান চনত হয়?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি ফুকনৰ ফাঁচী ১৮৫৮ চনত হয়।