মহম্মদ-বিন-বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল ?

উত্তৰঃ মহম্মদ-বিন-বখতিয়াৰে ১২০৬ চনত কামৰূপ আক্ৰমণ কৰিছিল ।