মেলেৰিয়া বেমাৰ কেনেধৰণে বিয়পে?

উত্তৰঃ এনোফিলিচ নামৰ ম’হবিধৰ মাইকী ম’হে এই ৰোগ বিয়পায়। ইহতে কামুৰিলে এনে ৰোগ হয়।