শ্বাহ জাহান কিমান চনত মোগল সম্ৰাট ৰূপে অধিষ্ঠিত হয়?

উত্তৰঃ শ্বাহ জাহান ১৬২৮ চনত মোগল সম্ৰাট ৰূপে অধিষ্ঠিত হয়।