শৰীৰত ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ কিহে গঢ়ি তোলে?

উত্তৰঃ শৰীৰত ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ লিমফোছাইটে গঢ়ি তোলে।