স্থানীয় স্বায়ত্তশাসনৰ গোটসমূহৰ কাৰ্যৰ ভিত্তি কি ?

উত্তৰঃস্থানীয় স্বায়ত্তশাসনৰ গোটসমূহৰ কাৰ্যৰ ভিত্তি হ’ল জিলা ।