অঙ্কীয়া নাট কি ?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে ৰচনা কৰা নাটসমূহক অঙ্কীয়া নাট বুলি কোৱা হয় । দৰাচলতে এনে নাটসমূহক প্ৰথমে যাত্ৰা বা ঋুমুৰা বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত যাত্ৰা বা ঋুমুৰাই অঙ্কীয়া নাট হিচাপে পৰিচিতি লাভ কৰে।