অসমীয়া সমাজত ‘নতুন বছৰ’ৰ আৰম্ভণি কোনটো মাহত হয় বুলি ধৰা হয় ?

উত্তৰঃ ব’হাগ মাহৰ ১ তাৰিখে ‘নতুন বছৰ’ বুলি অসমীয়া সমাজত কোৱা হয় ।