অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত কাৰ্বিসকলৰেই নিজা ৰামায়ণৰ কাহিনী আছে । কাৰ্বিৰ ৰামায়ণক কি নামেৰে জনা যায় ?

উত্তৰঃ ছাবিন আলুন ।