অৰুণাচলৰ কি উৎসৱত গাঁওবাসীৰ ভৰিত কল্য়াণ কামনা কৰি ঊণ গাঁথি দিয়া হয় ?

উত্তৰঃ অৰুণাচলৰ খাম্ উৎসৱত পুৰোহিতে গাওঁবাসীৰ কল্য়াণ কামনা কৰি সকলোৰে ভৰিত ঊণ গাঁঠি দিয়ে ।