অৰুণাচলৰ মনপা জনগোষ্ঠীৰ লোকসকলে নৱবৰ্ষক আদৰিবলৈ পালন কৰা উৎসৱবিধ কি ?

উত্তৰঃ মনপা লোকসকলে নৱবৰ্ষক আদৰিবলৈ পালন কৰা উৎসৱবিধ হৈছে লোচাৰ উৎসৱ ।