ইনটাৰ ফেৰোমিটাৰ কি?

উঃ মিছেলচন নামৰ এজন বিজ্ঞানীয়ে ইন্টাৰ ফেৰোমিটাৰ’ যন্ত্ৰ আৱিস্কাৰ কৰে। এই যন্ত্ৰ সহায়ত পোহৰৰ গতিৰ পৰিমাণ উলিয়াই গ্ৰহ-নক্ষত্ৰৰ নিৰ্ণয় কৰিব পাৰি।