উত্তৰায়ণ সংক্ৰান্তি কি ?

উত্তৰঃ মাঘ মাহত সূৰ্যউ উত্তৰ মুৱা হৈ গতি কৰে। এই ঋতু পৰিৱৰ্তনৰ সময়ছোৱাকে উত্তৰায়ণ সংক্ৰান্তি বোলে। বহুতে এই সংক্ৰান্তিক মাঘী সংক্ৰান্তী বুলিও কয় ।