এলেকট্ৰলাইটিক চেল্ বুলিলে কি বুজা?

উঃ বৈদ্যুতিক শক্তিৰ ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা চেলক এলেকট্ৰ’ লাইটিক চেক বোলে।