কাল্পনিক গীতৰ অন্তৰ্গত গীতসমূহ কি ?

উত্তৰঃ কাল্পনিক গীতৰ অন্তৰ্গত গীতসমূহ হ’ল ক্ৰমে কাচন কুঁৱৰীৰ গীত, কন্য়া বাৰমাহীৰ গীত, কমলা কুঁৱৰীৰ গীত আদি ।