কাৰ্বিসকলে মৃতদেহৰ সৎকাৰ কিদৰে কৰে ?

উত্তৰঃ কাৰ্বিসকলে কোনো লোকৰ মৃত্য়ু হ’লে তেওঁৰ মৃতদেহ সকলো সদস্য় আহি নোপোৱালৈ ৰাখি থয় আৰু পিছত মৃতদেহ সৎকাৰ কৰে । মৃতদেহৰ ৰৈ যোৱা হাড়বোৰ পিছত পুতি থয়। মৃতদেহ সৎকাৰৰ পিছত ছমাংকান পালন কৰে ।