কাৰ্বি ভাষাত প্ৰচলিত প্ৰেম সম্পৰ্কীয় গীতসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ কাৰ্বি ভাষাত প্ৰচলিত প্ৰেম সম্পৰ্কীয় গীতসমূহক হাঈমু আলুন বুলি কোৱা হয় ।