কুটুম বিহু কেতিয়া অনুষ্ঠিত কৰা হয় ?

উত্তৰঃ বহাগৰ দ্বিতীয় দিনটোক কুটুম বিহু বুলি কোৱা হয় । এই দিনটোক জীয়ৰীয়ে পিতৃ গৃহলৈ যায় আৰু জোৱায়েকে শহুৰ শাহুৱেকক সেৱা জনায় ।