গৰু বিহুৰ দিনা গৰু ঘৰলৈ ওভতাৰ সময়ত ডিঙিত কি পিন্ধাই সন্মান প্ৰদৰ্শন কৰা হয় य़

উত্তৰঃ অসমীয়া সমাজত গৰুক মহা ধন বুলি ভবা হয় আৰু গৰু বিহুৰ দিনা গৰু ঘৰলৈ ওভতাৰ সময়ত তৰাৰ ৰছীত তুলসী পাতৰ মালা গাঁথি গৰু ডিঙিত পিন্ধাই সন্মান প্ৰদৰ্শন কৰা হয় ।