চাংঘৰৰ কোনটো অংশত পৰিয়ালৰ লোকে শোৱে ?

উত্তৰঃ চাংঘৰৰ কুট নামৰ অংশটোত পৰিয়ালৰ লোকসকলে শোৱে ।