চৌতাৰা কি ?

উত্তৰঃ চৌতাৰা হৈছে এগচী ডাঙৰ বন্তি। এই বন্তিগছিৰ চাৰিওফালে শলিতা দি জ্বলাই নামঘৰৰ চতি বা আন ঠাইত ওলোমাই ৰখা হয় ।