ছমাংকানত উচেপি বুলি এগৰাকী মহিলা থাকে । তেওঁৰ কাম কি ?

উত্তৰঃ উচেপিৰ প্ৰধান কাম হ’ল- মৃতকৰ আত্মাৰ সদগতিৰ বাবে কান্দি কান্দি শোকগীত গোৱা ।