টাই জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ সমসাময়িকভাৱে কি উৎসৱ পালন কৰে ?

উত্তৰঃ টাই জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ সমসাময়িকভাৱে মাইকুচুমফ্ৰাই উৎসৱ পালন কৰে।