ডিমাছাসকলে হেৰেমডি পূজাত দেৱীক কি কি উচৰ্গা কৰে ?

উত্তৰঃ ডিমাছাসকলে হেৰেমডি পূজাত এটা পহু ৰঙৰ ছাগলী, এটা মতা কুকুৰা, এজনী কণী নিদিয়া মাইকী কুকিৰা আৰুন টা কণী উচৰ্গা কৰে ।