তিহাৰ উৎসৱত নেপালী যুৱক-যুৱতীয়ে পৰিৱেশন কৰা এফাঁকি গীত কেনেধৰণৰ?

উত্তৰঃ তিহাৰ উৎসৱত নেপালী যুৱক-যুৱতীয়ে এনেধৰণৰ গীত গায়- ” ভৈলেনী আহিও আগন বাঢ়ৰি কুঢ়াবী ৰামন আউসীবাৰ গাই তিহাৰ ভৈলী হাৰিয়া গোবৰলে লিগেউ কি মাইনী ৰুচি পূজেও কি আউসী গাই তিহাৰ ভৈলী ” |