তিৱাসকল ক’ৰ পৰা অহা বুলি বুৰঞ্জীবিদে কৈ আহিছে ?

উত্তৰঃ তিৱাসকলে তিব্বতৰ পৰা আহি অসমত প্ৰৱেশ কৰা বুলি বুৰঞ্জীবিদসকলে কৈ আহিছে ।