থেকেৰা ফুলীয়া বিহু কাক বোলে ?

উত্তৰঃ লক্ষিমপুৰ আৰু গোলাঘাট জিলাৰ বিভিন্ন ঠাইত নিশাৰ ভাগত ডেকাসকলে মৰা বিহুক থেকেৰা ফুলীয়া বিহু বিহু কোৱা হয়। থেকেৰা ফুল যিহেতু ৰাতি ফুলে আৰু এই বিহুয়ো যিহেতু ৰাতি মৰা হয় সেয়ে এই বিহুক থেকেৰা ফুলীয়া বিহু বুলি কোৱা হয় ।