দেউৰী জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলন থকা বৰষুণৰ এটা গীতৰ কলি কেনেধৰণৰ ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ লোকসকলে বৰষুণ হ’বলৈ এনেধৰণৰ গীতেৰে দেৱ-দেৱীক আৰাধনা কৰে- ” য়ে দুটিয়া ৰাদি ৰাদি য় ননুৱা ৰাদি ৰাদি য় হেপিচ্চচিৰে চিৰেনা চাৰে চৰজিমে অ ‘ কুণ্ডিৰে চৰজিমে অ’