নেপালী জনগোষ্ঠীৰ বিভিন্ন বাদ্য়যন্ত্ৰ কি কি ?

উত্তৰঃ নেপালী জনগোষ্ঠীৰ কেইবিধমান বিশেষ বাদ্য়যন্ত্ৰ হৈছে ঢোলক, দমহা, ডমফু, বাজা, মঞ্জৰী, চেহনাই আদি ।