নেপালী লোকসকলৰ মাজত প্ৰচলিত কেইবিধমান লোকগীত কেনেধৰণৰ ?

উত্তৰঃ জাঁউৰে, দেউচি, ভৈলী, সংগিনী দোহোৰী গীত, ডমফু তামাং চেলো গীত, তীজে গীত, মাৰুনী, বালুন, চিলোক, খুকুৰি নৃত্য় আদি ।