পূৰ্বতে চুলিত ঘঁহিবলৈ ‘গোন্ধ তেল’ কিহেৰে প্ৰস্তুত কৰা হৈছিল ?

উত্তৰঃ মাধৈমালীত, কেতেকী, খৰিকাজাই ফুলৰ ৰেণু আৰু পাহি-নাৰিকলৰ তেলৰ লগত মিহলাই ‘গোন্ধ তেল’ প্ৰস্তুত কৰা হৈছিল ।